‘ৰাম মন্দিৰ উদ্বোধনৰ চাৰি দিন মুছলমান সম্প্ৰদায়ে ৰে’ল-বাছ-বিমানত যাত্ৰা নকৰিব’
🔹 দক্ষিণ বৰপেটাৰ কদমতোলাত আজমলৰ বিস্ফোৰণ
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী : দক্ষিণ বৰপেটাৰ কদমতোলাত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা এ আই ইউ ডি এফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে কালি উপস্থিত হৈ মাদ্ৰাছা গৃহৰ আধাৰশিলা স্থাপন কৰে । আধাৰশিলা স্থাপনৰ পাছতেই এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত তেওঁ বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে বিজেপি…
Read More...