নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

ড্ৰাগছভৰ্তি ৪৫টা কণ্টেইনাৰসহ পাঁচ যুৱকক আটক

🔴 বজালী আৰক্ষীৰ বৃহৎ সফলতা নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিচাযুক্ত সামগ্ৰী সৰবৰাহ হৈ থকাৰ সময়তে আজি বজালী আৰক্ষীয়ে এক অভিযান চলাই ভালেখিনি ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহৰ এটা চক্ৰক আটক কৰিবলৈ সক্ষম হৈছে৷ বজালী জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত আজি এক অভিযান চলাই বজালীত ড্ৰাগছ বিতৰণ কৰিবলৈ অহা পাঁচজন…
Read More...

বিশাল আৰক্ষীৰ কনভয়ৰ মাজত অসম মেডিকেল কলেজলৈ গুলীবিদ্ধ চাৰি যুৱক

বিশেষ বাৰ্তা, ২৪ ডিচেম্বৰ : আজি পুৱাৰে পৰা অসম মেডিকেল কলেজত আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীয়ে বিশেষ তৎপৰতা প্ৰদৰ্শন…

জয়সাগৰত আলফাৰ গ্ৰেনেড বিস্ফোৰণ কাণ্ড : গেলেকীত যুৱকক এনকাউণ্টাৰ

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ : যোৱা ৯ ডিচেম্বৰত শিৱসাগৰৰ জয়সাগৰৰ চি আৰ পি এফ কেম্পত সংঘটিত গ্ৰেনেড বিস্ফোৰণ কাণ্ডত…

নাবালিকাক এচিড আক্ৰমণ : ৩৩ দিনত চাৰ্জশ্বীট দাখিল বৰপেটা আৰক্ষীৰ

বাৰ্তা ব্যুৰো, ২৪ ডিচেম্বৰ : বৰপেটা জিলাৰ কয়াকুছি আৰক্ষী চকীৰ অন্তৰ্গত ফজু বজাৰত এগৰাকী নাবালিকাক এচিডেৰে আক্ৰমণ…

লাহৰীঘাটত ভয়ংকৰ অগ্নিকাণ্ডত লক্ষাধিকৰ সম্পত্তি ভস্মীভূত

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ছাতিয়ান তুলি গাঁৱত যোৱানিশা সংঘটিত হয় বিধ্বংসী…

খৈৰাবাৰীত ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰতিনিধি সভা

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ : অসম সাহিত্য সভাৰ বিশিষ্ট শাখা খৈৰাবাৰী সাহিত্য সভাৰ আতিথ্যত ওদালগুৰি জিলা সাহিত্য…