বালিপৰা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠান
🔹 দ্বিতীয় দিনা আলোচনা-চক্ৰ, প্ৰাক্তন সতীৰ্থ সন্মিলন সম্পন্ন
নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰ : শোণিতপুৰৰ বালিপৰাত ১৯২৩ চনত প্ৰতিষ্ঠা হোৱা বালিপৰা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষৰ সামৰণী অনুষ্ঠান ২৪ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । আজি অনুষ্ঠানৰ দ্বিতীয়টো দিন । দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি আজি পুৱা ১০ বজাৰ পৰা বিদ্যালয়ৰ মূল মঞ্চত অনুষ্ঠিত হয়…
Read More...