নামনি মাজুলীৰ মহৰিচুকত প:ৰাগ উৎসৱৰ লাইখুঁটা স্থাপন
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰ : নামনি মাজুলীৰ বৃহত্তৰ মহৰিচুক অঞ্চলৰ ৰাইজে ১৬ ডিচেম্বৰত ব্যাপক আনন্দ-উল্লাসৰ মাজেৰে আগন্তুক প:ৰাগ উৎসৱৰ লাইখুঁটা স্থাপন কৰে। মিচিং জনজাতিসকলৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি ১৬ ডিচেম্বৰৰ পুৱা ৯.৪৫ বজাত নামনি মাজুলীৰ মলুৱাল-মালাপিন্ধা ডাইক বান্ধৰ কাষত প্ৰাক্তন বিধায়ক যোগেশ্বৰ দলেৰ সমন্বয় ক্ষেত্ৰত প:ৰাগ উৎসৱৰ লাইখুঁটা…
Read More...