ভুল চিকিৎসাত যুৱতীৰ মৃত্যুক লৈ উত্তৰ গুৱাহাটী জিএনআৰচিত উত্তেজনা
🔹 মটৰচাইকেলত অহা জোনালীক এনাস্থেছিয়া দিয়াৰ পিছত ঘূৰি নাহিল সংজ্ঞা
নিয়মীয়া বার্তা, ১৬ ডিচেম্বৰ : উত্তৰ গুৱাহাটী জি এন আৰ চি হাস্পতালত ভুল চিকিৎসাত এগৰাকী যুৱতীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এনাস্থেছিয়া বিভাগৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে যুৱতীগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ তুলি হাস্পতালখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আত্মীয়ই৷ উল্লেখ্য যে…
Read More...