নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

হালোগাঁৱত সদৌ অসম ভিত্তিত ৰূপালীম একাংকিকা নাট প্ৰতিযোগিতা

বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰঃ হালোগাওঁ সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত আৰু প্ৰয়াত লংকেশ্বৰ দাস স্মৃতি ন‍্যাসৰ উদ‍্যোগত বিগত চাৰিটা বৰ্ষৰ সফল আয়োজনৰ পিছত এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত প্ৰয়াত শশাঙ্ক দাস কলিতা সোঁৱৰণী ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাখনিৰ আয়োজন কৰা হৈছে। উদ‍্যোক্তা সকলে জানিবলৈ দিয়া মতে আগন্তুক ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ…
Read More...

আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধিৰ বিজেপিত যোগদান

🟢বশিষ্ঠত ৰাজ্যিক বিজেপিত বৃহৎ যোগদান কার্যসূচী 🟢কিৰিপ চলিহাৰ পুত্র অর্কশিষ চলিহাৰো আনুষ্ঠানিক যোগদান বিশেষ…

গোলাঘাটত বৃদ্ধাক শাৰীৰিক-মানসিক নিৰ্যাতন পুত্ৰ-বোৱাৰীৰ

বিশেষ বাৰ্তা, ১৩ ডিচেম্বৰঃ "মোক ল’ৰা, বোৱাৰীয়ে খাবলৈ, থাকিবলৈ নিদিয়ে, মোক বিনা কাৰণত মাৰধৰ কৰে...." সাংবাদিকৰ আগত…