পিষ্টল দেখুৱাই বাছ চালকক মৃত্যুৰ ভাবুকি উদণ্ড অনুপমৰ
নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : দেৰগাঁৱত যোৱানিশা এজন যুৱকে পিষ্টল দেখুৱাই দাদাগিৰি কৰাৰ এক ঘটনা সংঘটিত হয়। জানিব পৰা মতে, পদ্মনাভ নামৰ বাছখন লৈ নাহৰনিখাট গাঁৱৰ চালক পুলিন দাসে ঘৰলৈ আহি থকাৰ সময়ত বিপৰীত দিশৰ পৰা নিজৰ বিলাসী বাহনত আহি আছিল অনুপম দত্ত নামৰ এজন যুৱক। ঠেক পথটোত গাড়ী পাৰাপাৰ কৰিবলৈ দুই পক্ষৰ গাড়ী অগা পিছা কৰি থকা সময়তে যুৱকজনৰ…
Read More...