বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত কৃষক মৰ্চাৰ বিষয়ববীয়া সভা সম্পন্ন
বিশেষ বাৰ্তা, ১২ ডিচেম্বৰঃ আজি বিজেপিৰ বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত কৃষক মৰ্চা অসম প্ৰদেশৰ সভাপতি উৎপল বৰাৰ নেতৃত্বত প্ৰথমখন বিষয়ববীয়া সভা অনুষ্ঠিত হয়। সভাত কৃষক মৰ্চা অসম প্ৰদেশৰ বিগত সময়ছোৱাত হৈ যোৱা কাৰ্যসূচীসমূহৰ ওপৰত বিশদভাৱে আলোকপাত কৰা হয় লগতে অনাগত সময়ছোৱাত লব লগা কাৰ্যসূচীৰ বিষয়েও আলোচনা কৰা হয়। সভাখনত ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে "নমো…
Read More...