দেশী-বিদেশী পক্ষীৰ কাকলিত মুখৰ ঢকুৱাখনাৰ জলাশয়
নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰ : শীতৰ আগমনৰ লগে লগে এজাক দেশী-বিদেশী পক্ষীৰ কলৰৱত মুখৰ হৈ পৰিছে ঢকুৱাখনাৰ এটা বিশেষ অঞ্চল। ঢকুৱাখনা নগৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ মৰা সোৱণশিৰি নৈৰ এটা বিশাল জলাশয়ত জাক জাক দেশী-বিদেশী পক্ষীৰ কাকলিয়ে সকলোৰে মন পুলকিত কৰি তুলিছে। বৰ্ষামুখ পঞ্চায়তৰ অন্তৰ্গত মঘোৱাচুকত অৱস্থিত বৃহৎ জলাশয়টো অজস্ৰ স্থানীয় তথা পৰিভ্ৰমী…
Read More...