কোকৰাঝাৰত নৃশংস হত্যাকাণ্ডত অৱসৰপ্ৰাপ্ত বিষয়া নিহত
✅গুৰুতৰভাৱে আহত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী
✅হত্যাকাণ্ডত ব্যৱহৃত হোৱা দা উদ্ধাৰ
ষ্টাফ ৰিপৰ্টাৰ, ২৯ নৱেম্বৰ : কোকৰাঝাৰ সদৰ চহৰৰ বিধানপল্লীত এক ভয়ংকৰ তথা চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে৷ কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া তপন চক্ৰৱৰ্তী (৭২) আৰু তেওঁৰ পত্নী তথা ডি এন হিম্মৎসিংকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মধুমিতা বেনাৰ্জীক (৬৫) বুধবাৰে…
Read More...