নামনিমুৱা যাত্ৰীবাহী ৰে’লৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু
🔹 বিহালীৰ বুৰৈঘাটত অঘটন : নেচাৰ্ছ বন্যপ্ৰাণৰ উদ্বেগ প্ৰকাশ
নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ : নিশা বিহালীৰ বুৰৈঘাটত অঘটন। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীক মহটিয়াই নিয়ে দ্ৰুতবেগী যাত্ৰীবাহী ৰে'লে। ফলত থিতাতে মৃত্যু হয় বনৰীয়া হাতীটোৰ। এই শোকাৱহ ঘটনাটো যোৱানিশা প্ৰায় ১০ বজাত সংঘটিত হয় বিশ্বনাথ জিলাৰ বৰগাং…
Read More...