পক্ষপাতিত্ব নকৰি উন্নয়নৰ যাত্ৰা অক্ষুণ্ণ ৰাখিছে বিজেপি মিত্ৰজোঁট চৰকাৰে
🔴পৰ্বতঝোৰাত বিজেপিৰ বিশাল জনসভাত মন্ত্ৰী বিমল বৰা
নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰ : পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বাশবাৰী খেলপথাৰত আজি কোকৰাঝাৰ জিলা বিজেপি আৰু পৰ্বতঝোৰা মন্ডল বিজেপিৰ উদ্যোগত এক বিশাল জনসভা অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলা বিজেপিৰ সভানেত্ৰী কবিতা বসুমতাৰীয়ে আঁত ধৰা সভাখনত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা। সভাত উপস্থিত থাকি মন্ত্ৰী বৰাই কয় যে…
Read More...