হালাকুৰাত আক্ৰাছু নেতাৰ কিশোৰীক অশালীন ব্যৱহাৰ
🔹 অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াত আৰক্ষী থানা ঘেৰাও
নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰ : ধুবুৰী জিলাৰ হালাকুৰাত এগৰাকী ১৩ বছৰীয়া নাবালিকা ছাত্ৰীক অপদস্থ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আনকি আক্ৰাছু নেতাগৰাকীৰ জঘন্য কান্ডক লৈ ক্ষুব্ধ ৰাইজে ঘাইপথ অৱৰোধ কৰাৰ লগতে হালাকুৰা আৰক্ষী চকী ঘেৰাও কৰি পৰিস্থিতি উত্তাল কৰি তোলে । অভিযোগ মতে, হালাকুৰা আক্ৰাছুৰ…
Read More...