মৰিগাঁৱত বিদেশী গোচৰৰ ভাবুকিৰে হাবিলদাৰ জয়ন্ত দাসৰ ধন দাবী
বাৰ্তা বুৰো, ২ অক্টোবৰঃ যি সময়ত অসম আৰক্ষীৰ সংস্কাৰ সাধনৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ প্ৰদান কৰাৰ পিছতো গা লৰা নাই একাংশ আৰক্ষীৰ। মৰিগাঁও আৰক্ষীৰ সীমান্ত শাখাৰ হাবিলদাৰ জয়ন্ত কুমাৰ দাসৰ বিৰুদ্ধে মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত খাটৰৱৰী থানাগৰা গাঁৱৰ একাংশ সংখ্যালঘু লোকে অভিযোগ উত্থাপন কৰি প্ৰকাশ কৰিছে বিস্ফোৰক অভিযোগ। অভিযোগ…
Read More...