হাৱাজান আৰক্ষীৰ অভিযানত ৪৮টা চোৰাং গৰু উদ্ধাৰ, তিনিজনক গ্ৰেপ্তাৰ
গহপুৰ সমজিলাৰ অন্তৰ্গত হাৱাজান আৰক্ষীয়ে যোৱানিশা এক অভিযান চলাই ৪৮টাকৈ চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, যোৱানিশা প্ৰায় ২:৩০ বজাত এক গোপন সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি এন এল-০১ এ এইচ-৭৬৬৪ নম্বৰৰ এখন কণ্টেইনাৰ বাহনত অবৈধভাৱে গৰু সৰবৰাহ কৰি ধলপুৰৰ পৰা গহপুৰ দিশে আহি থকাৰ তথ্য লাভ কৰে হাৱাজান আৰক্ষীয়ে । উক্ত তথ্য…
Read More...