নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

দুদিনীয়া কাৰ্যসূচীৰে লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যত শিমলু উৎসৱ

বননিত সৰাপাতৰ জুনুকা বাজি থকাৰ সময়তেই ধূলিয়ৰি বাটেৰে আহিছে ফাগুন ৷ ধূলিময় পৰিৱেশতো ফাগুন অহাৰ বাটত ৰঙাদলিচা পাৰি দিছে ৰঙা শিমলুৱে ৷ এই শিমলুক কেন্দ্ৰ কৰিয়েই লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত দুদিনীয়াকৈ আয়োজন কৰা হ'ল 'শিমলু উৎসৱ' ২০২৬। শিমলু ফুলৰ ৰঙা পৰিৱেশে এক অনন্য মাত্ৰা প্ৰদান কৰিছে পুনৰুজ্জীৱিত হোৱা অভয়াৰণ্য দুখনক । এসময়ত এশিঙীয়া…
Read More...

বৰপেটাৰ মাজৰচৰত ড্ৰাগছৰ ৰমৰমীয়া বেহা, অভিযুক্তৰ ঘৰ লণ্ডভণ্ড

বৰপেটাৰ চেঙাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰত ড্ৰাগছক কেন্দ্ৰ কৰি আজি পুৱাৰ ভাগত তীব্ৰ উত্তেজনা বিয়পে।…

চিৰাং আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰ, বিস্ফোৰক পদাৰ্থসহ চোৰাংচিকাৰী আটক

চিৰাং আৰক্ষীয়ে যোৱানিশা চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। নিশাৰ আন্ধাৰত…

ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল অসমবাসী, মৰাণৰ আকাশত গৰজি উঠিল যুদ্ধ বিমান

ডিজিটেল ডেস্ক, ১৪ ফেব্ৰুৱাৰী : এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল অসমবাসী। অসমত সৃষ্টি হ’ল এক নতুন ইতিহাসৰ। শনিবাৰে…

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত দক্ষতা বৃদ্ধিৰ সজাগতা কাৰ্যসূচী

অসম দক্ষতা বিকাশ অভিযানৰ উদ্যোগত তথা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰশিক্ষণ আৰু নিযুক্তি কোষ, কেৰিয়াৰ পৰামৰ্শ…

গৌৰৱ গগৈ পাকিস্তানলৈ কিয় গৈছিল সেই কথা ৰাজহুৱা কৰিব লাগিব

🔹 প্রদেশ কংগ্রেছ সভাপতিৰ শত্রুৰাষ্ট্র ভ্রমণত ক্ষোভ শ্বহীদ পৰিয়ালৰ ডিজিটেল ডেস্ক, ১৪ ফেব্রুৱাৰী : কংগ্রেছ সাংসদ…

বংশৰত ডাম্পাৰৰ দৌৰাত্ম্যত প্ৰতিবাদত নামিল মহিলা

কামৰূপ জিলাৰ বংশৰ-শিঙিমাৰী চাৰিলেনযুক্ত পথত চলাচল কৰা ডাম্পাৰৰ দৌৰাত্ম্যই বৃহত্তৰ অঞ্চলটোৰ গাঁওবাসীক বাৰুকৈয়ে…