নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

মৰাণৰ চেপন চকলীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন নিহত

মৰাণৰ চেপন চকলীয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে দুজন নিহত হয়। চেপন চকলীয়াৰ বৰলুইত ধাবাৰ সন্মুখত ঘাইপথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকৰ পিছফালে খুন্দা মাৰে শিৱসাগৰ দিশৰ পৰা আহি থকা এখন ৰং কঢ়িয়াই অনা বলেৰ' পিকআপ বাহনে। ফলত বাহনখনৰ চালক আৰু লগত বহি থকা এজন ব্যক্তি থিতাতে নিহত হয়। ঘটনাত নিহত দুয়োজনক চিনাক্ত কৰিব পৰা অৱস্থাত নাই বুলি জানিব পৰা গৈছে।…
Read More...

সোণাৰিত পূৰ্বপুৰুষক স্মৰণ কৰি মে-ডাম-মে-ফীৰ আয়োজন

আজি পৱিত্ৰ মে-ডাম-মে-ফী। আহোম সমাজৰ পূৰ্বপুৰুষক স্মৰণ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ…

শনিবাৰে পুৱাই শ্ৰীভূমিত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন নিহত, আহত ১৬

শ্ৰীভূমি জিলাৰ শ্ৰীগৌৰী বজাৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৬জন যাত্ৰী আহত হৈছে।…

ধুবুৰীত আৱাসিক মাদ্ৰাছাৰ ১৩ বছৰীয়া ছাত্ৰীক অশ্লীল প্ৰস্তাৱ মৌলবীৰ

ধুবুৰী জিলাৰ গৌৰীপুৰৰ এখন আৱাসিক মাদ্ৰাছাৰ এগৰাকী ১৩ বছৰীয়া ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগত ৰাইজে মৌলবী…

মৰ্মান্তিক… ৰঙিয়াৰ কানিকুছিত অ/গ্নিদগ্ধ হৈ মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু

ৰঙিয়াৰ কানিকুছিত এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। অগ্নিদগ্ধ হৈ মাতৃ-পুত্ৰৰ কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকাকুল…

জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বৰ্তমানো অব্যাহত আছে বিভিন্ন প্ৰান্তত প্ৰতিবাদ। ঠিক তেনেদৰেই আজি…

NEGDCLৰে চুক্তি স্বাক্ষৰ IGGLৰ, প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্য

প্ৰধানতঃ তেল আৰু গেছ কোম্পানীৰ যৌথ উদ্যোগত নৰ্থ ইষ্ট গেছ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড (NEGDCL) আৰু ইন্দ্ৰধনুষ গেছ…

নগৰবেৰাত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন

আজি গাঁওৰক্ষী বাহিনীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৪৯ চনৰ ২৯ জানুৱাৰীত যোৰহাটত ভূমিষ্ঠ হোৱা স্বেচ্ছাসেৱী সংগঠনটি…