বনতৰা : জন্তুৰ কল্যাণ আৰু সংৰক্ষণৰ বাবে এক স্থায়ী ঠিকনা
তৃষ্ণা দেৱীৰ প্ৰতিবেদন, ২১ জানুৱাৰীঃ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনৰ দ্বাৰা প্ৰতিষ্ঠিত বনতৰা কেন্দ্ৰ, যাক 'আম্বানী চিৰিয়াখানা' বুলি জনা যায়। পীড়িত, আঘাতপ্ৰাপ্ত আৰু সংকটাপন্ন জন্তুবোৰৰ বাবে এক আশ্ৰয়স্থলৰ ৰূপ লৈ উঠিছে এই বনতৰা। এই চিৰিয়াখানাখন কেৱল এক চিৰিয়াখানা নহয়, বৰং এটি পূৰ্ণাঙ্গ পুনৰ্বাসন কেন্দ্ৰ, যাৰ উদ্দেশ্য হৈছে…
Read More...