ছেনিটাইজাৰৰ অধিক ব্যৱহাৰ কৰে নেকি? কি কয় বিশেষজ্ঞই…
নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ ক'ৰোনাৰ আতংক, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সৰ্বসাধাৰণে মাস্ক, ছেনিটাইজাৰ, আৰু সামাজিক দূৰত্ব বজাই চলিছে। কিন্তু এই সময়তে বিশেষজ্ঞসকলে মন্তব্য কৰিছে যে যদি চাবোন উপলব্ধ নহয়, তেতিয়াহে ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে।
এলকহলেৰে নিৰ্মিত ছেনিটাইজাৰ আৰু কীটাণুনাশক চাবোনৰ চাহিদা দিনক দিনক বৃদ্ধি পাইছে।
মন কৰিবলগীয়া যে হেণ্ড…
Read More...