নির্মূল হওক শিশু শ্রমিক; বিপন্ন শৈশৱ
শিশু শ্রমিক এক সামাজিক প্রত্যাহ্বান
আন্তর্জাতিক প্রেক্ষাপটত বিশ্ব সম্প্রদায়ে কিয় শিশু শ্রমিক নিয়োগৰ বিপক্ষে থিয় দিব লগা হৈছে, সেই বিষয়ে যথেষ্ট পর্যালোচনাৰ আৱশ্যক৷ সংযুক্ত ৰাষ্ট্রসংঘৰ ৱেবছাইটৰ তথ্য অনুসৰি, প্রায় ১৫২ মিলিয়ন শিশু শ্রমিকক জোৰ–জুলুম কৰি শ্রমৰ গধুৰ বোজা জাপি দিয়া হৈছে৷ এইসকলৰ ভিতৰত প্রায় ৭২ মিলিয়ন শিশু শ্রমিক বিপদসংকুল কামত সাঙোৰ খাব…
Read More...