অসমৰ নদী প্রদূষণৰ ভয়াৱহতা
মানুহ আৰু পৰিৱেশৰ মাজত এক পাৰস্পৰিক সম্পর্ক আছে৷ মানুহৰ উন্নয়নমুখী কার্যৰ পটভূমিত সম্পর্কৰ বিকাশ পূর্বৰ তুলনাত অধিক বৃদ্ধি পালে যদিও কেতবোৰ ধ্বংসাত্মক উন্নয়নমুখী কার্যকলাপৰ বাবে পৰিৱেশৰ অৱক্ষয়ও সমান্তৰালভাৱে বৃদ্ধি পাই আহিছে৷ উল্লেখ্য যে আমাৰ চাৰিও দিশৰ অৱস্থানটোকে পৰিৱেশ বুলি কোৱা হয়৷ পৰিৱেশক মূলতঃ দুটা ভাগত ভাগ কৰা হৈছে৷ প্রাকৃতিক পৰিৱেশ আৰু…
Read More...