কন্যাকুমাৰীত সাধনাই অনা নতুন সংকল্প
🔹 নৰেন্দ্র মোদী
মোৰ মৰমৰ দেশবাসী,
আজি ১ জুনত গণতন্ত্রৰ অন্যতম বৃহৎ উৎসৱৰ প্রথমটো পর্ব সম্পূর্ণ হৈছে৷ কন্যাকুমাৰীত তিনিদিনৰ আধ্যাত্মিক যাত্রাৰ পিছত, মই এতিয়া দিল্লী অভিমুখী বিমানত উঠিছোঁ... কাশীকে ধৰি বহুতো আসনৰ বাবে ভোটগ্রহণ চলিয়ে আছে৷ কিমান যে অনুভৱ, কিমান যে অভিজ্ঞতা... মই নিজৰ ভিতৰত এক সীমাহীন শক্তিপ্রৱাহ অনুভৱ কৰি আছোঁ৷
সঁচাই, ’২৪ৰ এই…
Read More...