বিদেশীৰ দৌৰাত্ম্য: ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দি খিলঞ্জীয়াক কৰিছিল আক্রমণ
বিমলা প্রসাদ চলিহা চৰকাৰৰ সোপাঢ়িলা আৰু সংখ্যালঘু তোষণ নীতিৰ বাবেই ষাঠিৰ দশকতে পাকিস্তানী অনুপ্রৱেশকাৰীয়ে অসমত খিলঞ্জীয়া গাঁৱত আক্রমণ চলাবলৈ সক্ষম হৈছিল৷ ৰাজনৈতিক সমর্থনপুষ্ট এইসকল লোকে আনকি অসমৰ মাটিত ধর্মীয় শ্লোগানৰ লগতে ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দিয়াৰো দুঃসাহস দেখুৱাইছিল৷ একে সময়তে এনে দুষৃকতিকাৰীয়ে পূব পাকিস্তানৰ পৰা পলাই আহি ভাৰতত আশ্রয়…
Read More...