ডিকোডিং জীৱন : মিছা কথাৰ ঠেং চুটি৷ সঁচাকৈ হয়নে!
পার্থসাৰথি মহন্ত
‘কি খবৰ? কেনে আছা?’
‘ভাল৷’
পুৱাৰ পৰা গধূলিলৈকে আমি কিমানক কেইবাৰ এই প্রশ্ণটো সোধো আৰু উত্তৰ দিওঁ তাৰ ঠিক নাই৷ আমি বাৰু সঁচাকৈয়ে জানিব খোজো নে তেওঁ কেনে আছে ভাল বুলি যে উত্তৰ দিওঁ আমাৰ সঁচাকৈয়ে ভাল নে আমি কোনেও মুখ ফুটাই নকওঁ, আচলতে দুয়োটাই মিছা, প্রশ্নটোও উত্তৰটোও৷
আমি মিছা কথা কওঁ৷ মিছাৰেই আমি কথা–বতৰা আৰম্ভ কৰোঁ৷ দিনটো…
Read More...