চুকা শাকৰ লগত ৰন্ধা মাছৰ টেঙা
উপকৰণ: চুকা শাক দুমুঠি, মাছ ছয় টুকুৰা (সতেজ যিকোনো ডাঙৰ মাছ), আলু এটা, ধনিয়া এমুঠি, নিমখ জোখমতে, হালধি এক চাহ চামুচ, মেথি গুটি ১/৩ চাহ চামুচ, শুকান জলকীয়া দুটা, ভোট জলকীয়া এটুকুৰা (ঐচ্ছিক), মিঠাতেল জোখমতে পানী জোখমতে।
প্রণালী: মাছ কেইটুকুৰা ভালকৈ ধুই প্রয়োজন মতে নিমখ আৰু হালধি সানি ল’ব৷ চুকা শাকখিনি ধুই মিহিকে কুটি ল’ব৷ আলুটো সিজাই বাকলি গুচাই…
Read More...