বিশেষ লেখা : এক অধিক স্বচ্ছ ভৱিষ্যতৰ দিশে
ভাৰতে ২০২২ চনৰ ১ ডিচেম্বৰত আন্তঃৰাষ্ট্রীয় সহযোগিতাৰ মুখ্য আন্তঃচৰকাৰী মঞ্চ জি–২০ৰ অধ্যক্ষতা গ্রহণ কৰিছে৷ ক’ভিডৰ পাছত বিশ্ব ক্রমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা তথা বিশ্বজুৰি মন্দাৱস্থাৰ আশংকা অধিক হৈ অহাৰ সময়ত ভাৰতৰ এহ অধ্যক্ষতা আশা, সপোন আৰু আকাংক্ষাৰ সন্মিলন হিচাপে বিবেচিত হৈছে৷ পূর্বে গোলকীয় উষতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ প্রত্যাহ্বান…
Read More...