কেবিনেটৰ সাহসী আৰু দূৰদর্শী পদক্ষেপ
যোৱা ১০ মে’ত ডঃ হিমন্ত বিশ্ব শর্মাই তেওঁৰ ১৩গৰাকী কেবিনেট মন্ত্রীসহ অসমৰ মুখ্যমন্ত্রী ৰূপে শপত গ্রহণ কৰে৷ ১০ জুনত এইখন চৰকাৰে শাসনভাৰ লোৱা সম্পূর্ণ এমাহ হ’ব৷ ইমান কম সময়ৰ ভিতৰত চৰকাৰ এখনৰ কাম–কাজৰ মূল্যাংকন কৰাটো সমীচীন নহয় যদিও নতুন চৰকাৰখনে শপত গ্রহণ কৰাৰ পিছৰ পৰাই ৰাইজক দিয়া প্রতিশ্রুতি পালনৰ বাবে যি ক্ষিপ্রতাৰে সিদ্ধান্তবোৰ গ্রহণ কৰিছে সেইসমূহে…
Read More...