প্রপাগণ্ডা
কিউবা বিপ্লৱৰ সময়ৰে পৰা লেটিন আমেৰিকাৰ ৰাষ্ট্রসমূহত কমিউনিষ্টৰ প্রভাৱ ক্রমশঃ বৃদ্ধি পাবলৈ ধৰে৷ আমেৰিকা যুক্তৰাষ্ট্র আৰু ইংলেণ্ডৰ বাবে লেটিন আমেৰিকাৰ ছবিখন হজম কৰিব পৰা বিধৰ নাছিল৷ সাম্রাজ্যবাদী ৰাষ্ট্র দুখনৰ চকু আছিল ভূখণ্ডটোত থকা অপাৰ সম্পদ আৰু বজাৰৰ ওপৰত৷ কিন্তু তাত কমিউনিষ্টসকলৰ শাসনৰ জালখন প্রসাৰিত হৈ পৰিলে সেই সুযোগ সহজে হাতলৈ নাহিব৷ সেয়ে…
Read More...