পোহৰপিয়াসী মানুহজন
‘মোৰ হূদয়খন কুৎসিত কৰিবলৈ মই দুখক কেতিয়াও অনুমতি নিদিওঁ৷ মই তোমাক দেখুৱাম যে জীয়াই থকাটো সুন্দৰ হ’ব পাৰে৷’ ক্রিষ্টি এণ্ড মার্টিনৰ কথাষাৰ যেন গুণসিন্ধু হাজৰিকাদেৱৰ প্রবল আত্মসন্মানে মোক বাৰে বাৰে মনত পেলাই দিছিল৷ প্রিয় পাঠক, আপোনালোকৰ বহুতেই গুণসিন্ধু হাজৰিকাৰ নাম হয়তো শুনিছে আৰু বহুতৰ বাবে তেওঁ একেবাৰেই অচিনাকি৷ কেইবাবছৰ পূর্বে গুণসিন্ধু…
Read More...