আজমল, ৬৫ঃ৩৫
অসম বিধানসভাৰ নির্বাচন প্রায় দুৱাৰডলিত৷ সময়সূচীহে ঘোষণা হোৱা নাই৷ স্বাভাৱিকতে এই সময়ছোৱাত ৰাজনৈতিক দল আৰু নেতাৰ ভাষণ হ’ব নির্বাচনকেন্দ্রিক৷ জনসাধাৰণক কিদৰে নিজৰ পক্ষলৈ আনিব পাৰি নতুবা আকর্ষিত কৰিব পাৰি, সেইটোৱেই হ’ব তেওঁলোকৰ ভাষণৰ প্রধান আৰু একমাত্র লক্ষ্য৷ প্রসংগটো এটা বিশেষ কাৰণত ডত্থাপন কৰা হ’ল৷ যোৱা ২০ জানুৱাৰীত ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা…
Read More...