গুৱাহাটীত আজিৰে পৰা সর্বভাৰতীয় জুনিয়ৰ ৰেংকিং বেডমিণ্টন
নিয়মীয়া বাৰ্তা, ১০ মে': অসম বেডমিণ্টন সন্থাৰ উদ্যোগত কাইলৈৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব সর্বভাৰতীয় জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতা৷ উল্লেখ্য যে ১৯ বছৰ অনূর্ধ্বৰ ল’ৰা–ছোৱালীৰ ৰাষ্ট্রীয় প্রতিযোগিতাখনত দেশৰ সকলো ৰাজ্যৰ পৰাই প্রায় ডেৰ হেজাৰ নৱাগত শ্বাটলাৰে অংশ ল’ব৷ আজি এই বিষয়ে সদৰী কৰি অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে লগতে জনায় যে ইতিমধ্যে…
Read More...