গুৱাহাটীত চলিবনে ৰোহিত-বিৰাটৰ বেটৰ যাদু! ভাৰত–শ্রীলংকাৰ মেচৰ বাবে সাজু এচিএ
বিশেষ বাৰ্তা, ৬ জানুৱাৰীঃ এইবছৰৰ শেষৰফালে ভাৰতত অনুষ্ঠিত হ’বলগা এদিনীয়া বিশ্বকাপৰ মেচ আয়োজনৰ ক্ষেত্রত প্রবল দাবীদাৰ ৰূপে আছে গুৱাহাটী৷ বিশ্বকাপৰ একাধিক মেচ বর্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বুলি আশা কৰিছে অসম ক্রিকেট সন্থাই৷ সেই কথা সদৰী কৰিছে সন্থাৰ সভাপতি তৰংগ গগৈয়ে৷ শ্রীলংকাৰ বিপক্ষে ১০ জানুৱাৰীত অনুষ্ঠিত হ’বলগা শৃংখলাৰ প্রথমখন মেচৰ প্রস্তুতি…
Read More...