IPL Auction: এইবাৰ IPL ৰ আটাইতকৈ দামী খেলুৱৈ ছেম কাৰান, ১৮.৫০ কোটিত ক্ৰয় কৰিলে এইটো দলে…
নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৩ৰ নিলামত ইংলেণ্ডৰ তাৰকা অল ৰাউণ্ডাৰ ছেম কাৰানক পঞ্জাব কিংছে ১৮.৫০ কোটি টকাত ক্ৰয় কৰিছে। আঘাতৰ বাবে কাৰানে লীগৰ শেষ ছিজনত অংশ ল’ব নোৱাৰিলে যদিও এই ছিজনত তেওঁৰ পুনৰ উভতি অহাৰ সম্ভাৱনা আছে। কাৰানক কিনিবলৈ তেওঁৰ পুৰণি দল দুটা পঞ্জাব কিংছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত দীঘলীয়া…
Read More...