২৩ ডিচেম্বৰত আইপিএলৰ নিলাম
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৩ৰ খেলুৱৈৰ নিলাম অহা ২৩ ডিচেম্বৰত কোচিত অনুষ্ঠিত হ’ব৷ এই নিলামৰ বাবে ৪০৫গৰাকী খেলুৱৈক বাছনি কৰা হৈছে৷ ২৩ ডিচেম্বৰৰ দিনৰ ২.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া খেলুৱৈ নিলাম অনুষ্ঠানত ১০টা ফ্রেনচাইজীয়ে নিজ নিজ পছন্দৰ খেলুৱৈক ক্রয় কৰাৰ…
Read More...