ভোমোৰাৰ ৰম্যভূমি অৰুণাচল প্রদেশ
হিমালয়ৰ অধিক উচ্চতাত বনৰীয়া আৰু কৃষিজাত উদ্ভিদৰ পৰাগযোগত ভোমোৰাৰ বিভিন্ন প্রজাতিয়ে উল্লেখযোগ্য ভূমিকা পালন কৰে৷ এই অঞ্চলত ইয়াৰ উপস্থিতি অতি মহত্ত্বপূর্ণ, কাৰণ আন বহু পোক–পতংগ এই ঠাইত বাছি থাকিবলৈ অক্ষম৷ ভাৰতত ভোমোৰাৰ প্রজাতিসমূহৰ বিস্তৃতিৰ বিষয়ে বিশদ গৱেষণা হোৱা নাই৷ হিমালয়ৰ পশ্চিম আৰু কেন্দ্রীয় অংশত ইহঁতৰ বিস্তৃতিৰ বিষয়ে কিছু অধ্যয়ন হৈছে যদিও পূব…
Read More...