নির্মল হাত দুখনিও সুস্বাস্থ্যৰ মূলমন্ত্র
মানৱ দেহৰ অন্যতম প্রধান অংগবোৰৰ ভিতৰত অত্যন্ত গুৰুত্বপূর্ণ অংগ হৈছে হাত দুখন৷ মণিবন্ধৰ পৰা লিহিৰি লিহিৰি আঙুলিৰ মূৰৰ অংশলৈ সাধাৰণতে হাত বুলি জনা যায়৷ পাঁচটা আঙুলি ক্রমে বুঢ়া, তর্জনী, মধ্যমা, অনামিকা, কেঞা আঙুলি আৰু হাতৰ তলুৱাৰ গঠিত হাতখনে যথেষ্ট নমনীয়তা আৰু গতিশীলতা প্রদর্শন কৰা দেখা যায়৷ আমাৰ হাত দুখনিয়ে আমাৰ বাবে বহু তাৎপর্যপূর্ণ কার্য সম্পাদন…
Read More...