আত্মনিয়ন্ত্রণ
সুভ্যাস আৰু নিয়মানুৱর্তিতা– এই দুটা শব্দ পৰস্পৰ সম্পর্কিত আৰু পৰিশীলিত মানুহৰ জীৱনৰ অংগাংগী শব্দ৷ এই শব্দ যুগলৰ বিষয়ে ব্যক্তিগত জীৱনত অধিকাংশ লোকেই কথা পতাৰ বাবে আগ্রহী নহয় বা এই বিষয়ত চিন্তা–চর্চা ভাল পায়৷ শব্দবোৰ যেন বহু সময়ত বহুজনৰ বাবে বিৰক্তিকৰ আৰু ব্যক্তিগত স্বতন্ত্রতা ভংগকাৰী শব্দ৷ অথচ এই বিশ্বত এনে মানুহো নাই, যি এই দুটা শব্দৰ বলিষ্ঠ…
Read More...