১০০ কোটি সৌৰমণ্ডলৰ আকাৰৰ গাঁত সৃষ্টি
মহাকাশৰ ৰহস্য নিত্য নতুন ৰূপত পোহৰলৈ আহি থাকে৷ বিশ্ব ব্রহ্মাণ্ডত এনে অনেক ঘটনা সংঘটিত হৈ গৈছে, যাৰ প্রতিফলন কোটি কোটি বছৰৰ পাছত বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে৷ তেনে এক প্রচণ্ড ভয়ংকৰ বিস্ফোৰণৰ তথ্য অলপতে পোহৰলৈ আহিছে৷ বিশ্বৰ মহাকাশ বিজ্ঞানীয়ে চলোৱা অধ্যয়নত চাৰিটা অত্যাধুনিক টেলিস্কোপৰ দ্বাৰা বিশ্ব ব্রহ্মাণ্ডত ১৪০০ কোটি বছৰৰ পূর্বে সংঘটিত…
Read More...