চীনা হেকাৰ গোটৰ চকু কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নথিত
🔹 ভাৰতসহ বিভিন্ন দেশৰ চৰকাৰী বিভাগত চাইবাৰ আক্রমণ
বিশেষ বাৰ্তা, ২৩ ফেব্রুৱাৰী : কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ বিভিন্ন বিভাগসহ ভাৰতত চাইবাৰ আক্রমণৰ ভয়াৱহ ব্লুপ্রিণ্ট চলাইছিল চীনৰ হেকাৰে৷ গৃহ মন্ত্রালয়, ৰিলায়েঞ্চ সংস্থা আৰু এয়াৰ ইণ্ডিয়াৰ কার্যালয়ৰ নথি ইতিমধ্যে হেক কৰা বুলি দাবী কৰিছে চীনৰ এক হেকিং গোটে৷ যি সময়ত লাডাখৰ গালৱান সীমান্ত উত্তপ্ত হৈ আছিল,…
Read More...