BSNL Free SIM: তুংগত চাহিদা! পুনৰ বিনামূল্যে 4G চীম উপহাৰ BSNL-ৰ, ৩০ জুন পর্যন্ত অফাৰ
BSNL Free SIM: বিগত বছৰো নতুন প্রিপেইড ইউজাৰসকলক বিনামূল্যেই 4G SIM অফাৰ কৰিছিল BSNL-এ। সেই অফাৰ বিগত বছৰৰ শেষত আৰম্ভ হৈ চলিছিল চলিত বছৰৰ ফেব্রুৱাৰী পর্যন্ত। পুনৰ গ্রাহকসকলক 4G SIM Offer কৰিছে চৰকাৰী টেলিকম কোম্পানী BSNL।
২০২০ চনৰ শেষৰ পৰা ফেব্ৰুৱাৰী ২০২১ লৈ, বিএছএনএল-এ প্ৰতিযোগীসকলক টক্কৰ দিবলৈ গ্ৰাহকসকলক বিনামূলীয়াকৈ চীম প্ৰদান কৰিছে।এইবাৰো…
Read More...