বিজেপিৰ প্ৰাৰ্থী তালিকাত কটা গ’ল বহু টিকটপ্ৰত্যাশীৰ নাম
অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজি বিজেপিয়ে তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। এই তালিকাই ৰাজ্যৰ ৰাজনীতিত যথেষ্ট আলোড়ন সৃষ্টি কৰিছে। উল্লেখযোগ্য যে এইবাৰৰ তালিকাত কেইবাগৰাকীও বৰ্তমানৰ বিধায়কে দলীয় টিকট লাভ কৰিব নোৱাৰিলে, যাৰ ফলত দলৰ ভিতৰতে অসন্তুষ্টিৰ সুৰ শুনা গৈছে।
টিকট কটাৰ কাৰণ বুলি চিহ্নিত হৈছে- নতুন মুখ আৰু যুৱ প্ৰাৰ্থীক অগ্ৰাধিকাৰ,…
Read More...