কলকাতাত ৪ দিনে আবদ্ধ ছুপাৰ ৮ৰ পৰা বাহিৰ হোৱা ৱেষ্ট ইণ্ডিজ ক্রিকেট দল
ডিজিটেল ডেস্ক, ৬ মার্চ : চলিত টি–২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ ৪ দিন পিছতো স্বদেশলৈ ৰাওনা হ’ব পৰা নাই ৱেষ্ট ইণ্ডিজ ক্রিকেট দলটো৷ বিশ্বকাপৰ ছুপাৰ ৮ৰ পৰা বাহিৰ হোৱা কেৰেবিয়ান দলটো কলকাতাতে আবদ্ধ হৈ আছে৷
ইৰানৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাৰ যুদ্ধৰ বাবে পশ্চিম এছিয়াৰ বিভিন্ন দেশৰ বিমান যাতায়াত বন্ধ হৈ পৰিছে৷ ইয়াৰ ফলত ৱেষ্ট ইণ্ডিজ ক্রিকেট দলটো স্বদেশলৈ…
Read More...