Exit polls Assam : দিছপুৰৰ মছনদত পুনৰ বিজেপি মিত্রজোঁট
বিৰোধী মিত্রজোঁটৰ পৰিকল্পনা–ৰণকৌশল তচনচ কৰি তৃতীয়বাৰৰ বাবে দিছপুৰৰ মছনদ দখল কৰিব বিজেপি নেতৃত্বাধীন এনডিএই৷ ৫খন ৰাজ্যৰ ভোটদান প্রক্রিয়া সম্পন্ন হোৱাৰ পাছতে প্রকাশ হোৱা এগ্জিট প’লে অসমত পুনৰ এনডিএ চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা স্পষ্ট কৰিছে৷
লক্ষণীয়ভাৱে দেশৰ কেইবাটাও ৰাষ্ট্রীয় সংবাদ মাধ্যম তথা সংস্থাই প্রকাশ কৰা এগ্জিট প’লত এনডিএক ৮৮–১০১খন আসন দিয়াৰ…
Read More...