নিয়মীয়া বাৰ্তাৰ প্ৰডাকচন মেনেজাৰ শৈবাল ঘোষৰ অকাল বিয়োগ
নিয়মীয়া বাৰ্তাৰ প্ৰডাকচন মেনেজাৰ শৈবাল ঘোষৰ অকাল বিয়োগে সংবাদ প্ৰতিষ্ঠানটোত গভীৰ শোকৰ ছাঁ পেলাইছে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ মালিগাঁৱৰ স্বাগত হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল ঘোষ। চিকিৎসাধীন অৱস্থাতেই তেওঁৰ মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৯ বছৰ।
মৃত্যুৰ সময়ত শৈবাল ঘোষে পত্নী আৰু এগৰাকী কন্যা সন্তান এৰি গৈছে। তেওঁৰ অকাল বিয়োগত পৰিয়ালৰ লগতে…
Read More...