এইবাৰ দেশত চলিব হাইড্র’জেন ট্রেইন, হাৰিয়ানাত সফল পৰীক্ষা
ডিজিটেল ডেস্ক, ২৮ জুন : বছৰটোৰ আৰম্ভণিতে জানিব পৰা গৈছিল যে দেশত প্রথম হাইড্র’জেন ইঞ্জিনচালিত ৰে'ল যাত্রীসেৱা আৰম্ভ কৰা হ’ব৷ এইবাৰ হাৰিয়ানাৰ ঝিন্দ–শোনিপট পথত সম্পন্ন হ’ল চূড়ান্ত হাইস্পীড ট্রায়েল৷
জানিব পৰা মতে, সর্বাধিক ১২০ কিঃমিঃ প্রতিঘণ্টাত গতি কৰিছে ৰে'লখনে৷ ইতিমধ্যে নেট বিশ্বত বিয়পি পৰিছে এই ৰে'লখনৰ ট্রায়েলৰ ভিডিঅ’৷ ট্রায়েলৰ সাফল্যক এক…
Read More...