জুবিন গাৰ্গৰ ন্যায় বিচাৰি ভোটকেন্দ্রৰ সন্মুখত প্ৰতিবাদ অনুৰাগীৰ
সমগ্র ৰাজ্যতে আজি ৰাইজে পূৱাৰ পৰা ভোট দান কৰিছে। ভোটাৰ ৰাইজে নিজৰ পচন্দৰ প্ৰাৰ্থী জনক ইভিএমৰ জৰিয়তে আশীর্বাদ প্ৰদান কৰিছে। এনে পৰিবেশত লখিমপুৰত দেখা গল এক ব্যতিক্রমী দৃশ্য পট।
ভোট কেন্দ্রত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নহয়। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিলে একাংশ নৱ প্ৰজন্মই। সমগ্ৰ ৰাজ্যতে ভোট গ্ৰহণ চলি থকা সময়ত লখিমপুৰ নগৰৰ সমীপৰ…
Read More...