হৰমুজ ষ্ট্ৰেইটৰ পৰা ভাৰতৰ বাবে আন এটা ভাল খবৰ
হৰমুজ ষ্ট্ৰেইটৰ পৰা ভাৰতৰ বাবে আন এটা ভাল খবৰ আহিছে। হৰমুজ ষ্ট্ৰেইট পাৰ কৰি ভাৰতীয় পতাকা থকা এলপিজি টেংকাৰ গ্ৰীন ছানভি সফলতাৰে পাৰ হৈছে। এই জাহাজখনত প্ৰায় ৪৪,০০০ মেট্ৰিক টন LPG আছে। টেংকাৰখনে শুকুৰবাৰে হৰমুজ ষ্ট্ৰেইট পাৰ কৰে আৰু অনুমান কৰা হৈছে যে ই ৬ এপ্ৰিলৰ ভিতৰত মুম্বাই পাব। মাৰ্চ মাহত এইটো হ’ল হৰমুজ পাৰ কৰা সপ্তম ভাৰতীয় জাহাজ। এতিয়াও বহু ভাৰতীয়…
Read More...