গোৱালপাৰাত বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ দেশৰ গৃহমন্ত্ৰীৰ
অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগা বিধানসভা নিৰ্বাচনৰ বাবে ১৫নং দুধনৈ (জনজাতি) বিধানসভা সমষ্টিৰ বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী টংকেশ্বৰ ৰাভা আৰু পশ্চিম গোৱালপাৰা (জনজাতি) বিধানসভা সমষ্টিৰ প্ৰাৰ্থী পৱিত্ৰ ৰাভাৰ হৈ নিৰ্বাচনী ৰণডংকা বজায় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
দুধনৈত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক আদৰিবলৈ আজি পুৱাৰে পৰা সাজু হয় দুধনৈবাসীৰ লগতে বিজেপি…
Read More...