ৰোমাঞ্চকৰ মেচত ৰাজস্থানে ৬ ৰানত হৰুৱালে গুজৰাট টাইটানছক
ডিজিটেল ডেস্ক, ৫ এপ্রিল : আহমেদাবাদত ৰোমাঞ্চকৰ জয় অসম সন্তান ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছৰ৷ চলিত আইপিএলৰ শনিবাৰে অনুষ্ঠিত শ্বাসৰুদ্ধকাৰী মেচখনত ৰাজস্থানে গুজৰাট টাইটানছক ৬ ৰানত পৰাস্ত কৰে৷ দুখন মেচ খেলি দুয়োখনতে বিজয় সাব্যস্ত কৰি ৰিয়ান পৰাগ বাহিনীয়ে পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হৈছে৷
মেচখনত ৰাজস্থানে জয়ৰ বাবে বান্ধি দিয়া ২১১ ৰানৰ…
Read More...