গুৱাহাটীত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মুখ্য কাৰ্যালয় “যোগদা ভৱন” উদ্বোধন
বিশেষ বাৰ্তা, ৮ ডিচেম্বৰঃ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মুখ্য কাৰ্যালয় "যোগদা ভৱন" উদ্বোধন আজি গুৱাহাটীত উদ্বোধন কৰা হয়। গুৱাহাটীৰ ৰুক্মিণী নগৰৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ পথত আনুষ্ঠানিকভাৱে ভৱনটো উদ্বোধন কৰে বিশিষ্ট ইতিহাসবিদ, খ্যাতিমান শিক্ষাবিদ আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ সুনীল পৱন বৰুৱাই। গৃহটোৰ স্বত্বাধিকাৰী কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ নাতিনী…
Read More...